29 Jul 2021

Assam GK 10

 ১) কিমান চনত Assam Association গঠন হৈছিল?

উ÷১৯০৩ চনত ।

২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?

উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।

৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?

উ÷ডিগবৈ ।

৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?

উ÷১৯০১ চনত ।

৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷ তিনিচুকীয়া জিলাত ।

৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?

উ÷ডিগবৈ ।

৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উ÷আনোৱাৰা টাইমূৰ ।

৮) অসমৰ জাতীয় পক্ষী কি?

উ÷দেও হাহঁ ।

৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উ÷ভট্টদেৱ ।

১০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?

উ÷বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।