29 Jul 2021

Assam GK 11

 ১)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?

উ÷মহাত্মা গান্ধী ।

২) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?

উ÷দেৰগাওঁ ।

৩) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?

উ÷বড়ো ।

৪) অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে?

উ÷ধুবুৰী ।

৫) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?

উ÷১৯০১ চনত ।

৬) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?

উ÷নামৰূপ ।

৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?

উ÷তেজপুৰ ।

৮) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?

উ÷শিলঘাট ।

৯)'নটসূৰ্য' বুলি কাক জনা যায়?

উ÷ফণী শৰ্মা ।

১০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

উ÷ভানুমতী ।