29 Jul 2021

Assam GK 12

 ১)চাহৰ বৈজ্ঞানিক নাম কি?

উ÷কেমেলিয়া চিনেচিছ ।

২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?

উ÷যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।

৩)ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?

উ÷১৯৮১ চনত ।

৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?

উ÷৪৩০ বৰ্গ কিঃমিঃ।

৫) অসমৰ ৰাজ্যিক ফুল কি?

উ÷কপৌ ফুল ।

৬) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

উ÷মালিগাৱঁত অৱস্থিত ।

৭) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?

উ÷গুৱাহাটী ।

৮) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?

উ÷মহানন্দ দাস ।

৯) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল?

উ÷শ্বিলং ।

১০) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?

উ÷উমানন্দ ।