29 Jul 2021

Assam GK 13

 ১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?

উ÷গোৱালপাৰা জিলা ।

২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?

উ÷বৰাইল পৰ্বত ।

৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?

উ÷ ২ খন ।

৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?

উ÷আনন্দ চন্দ্ৰ আগৰৱালা ।

৫) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?

উ÷ৰজনীকান্ত বৰদলৈ ।

৬) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?

উ÷ৰঘুনাথ চৌধাৰী ।

৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?

উ÷মোৰ জীৱন সোৱঁৰণ ।

৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?

উ÷কদমকলি ।

৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?

উ÷পদুম কুৱঁৰী ।

১০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?

উ÷শৰৎ চন্দ্ৰ গোস্বামী ।