29 Jul 2021

Assam GK 18

 ১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?

উ÷ভোগেশ্বৰ বৰুৱা ।🟢


২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?

উ÷৫ ম ।🟢


৩) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?

উ÷১৯৯৯ চনত ।🟢


৪) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?

উ÷হৰিশংকৰ ব্ৰক্ষ্ম ।🟢


৫) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?

উ÷ৰাধা গোবিন্দ বৰুৱা ।🟢


৬)সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?

উ÷১৪ তম ।🟢


৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উ÷অঘৰী আত্মাৰ কাহিনী ।🟢


৮) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?

উ÷ৰুদ্ৰ বৰুৱা ।🟢


৯)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উ÷জয়ন্ত মাধৱ বৰা ।🟢


১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?

উ÷বীৰ পাল ।🟢


১১) কিমান চনত Assam Association গঠন হৈছিল?

উ÷১৯০৩ চনত ।🟢


১২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?

উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।🟢


১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?

উ÷ডিগবৈ ।🟢


১৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?

উ÷১৯০১ চনত ।🟢


১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷ তিনিচুকীয়া জিলাত ।🟢


১৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?

উ÷ডিগবৈ ।🟢


১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উ÷আনোৱাৰা টাইমূৰ ।🟢


১৮) অসমৰ জাতীয় পক্ষী কি?

উ÷দেও হাহঁ ।🟢


১৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উ÷ভট্টদেৱ ।🟢


২০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?

উ÷বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।🟢


২১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?

উ÷গোৱালপাৰা জিলা ।🟢


২২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?

উ÷বৰাইল পৰ্বত ।🟢


২৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?

উ÷ ২ খন ।🟢


২৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?

উ÷আনন্দ চন্দ্ৰ আগৰৱালা ।🟢


২৫) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?

উ÷ৰজনীকান্ত বৰদলৈ ।🟢


২৬) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?

উ÷ৰঘুনাথ চৌধাৰী ।🟢


২৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?

উ÷মোৰ জীৱন সোৱঁৰণ ।🟢


২৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?

উ÷কদমকলি ।🟢


২৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?

উ÷পদুম কুৱঁৰী ।🟢


৩০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?

উ÷শৰৎ চন্দ্ৰ গোস্বামী ।🟢


৩১)চাহৰ বৈজ্ঞানিক নাম কি?

উ÷কেমেলিয়া চিনেচিছ ।🟢


৩২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?

উ÷যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।🟢


৩৩)ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?

উ÷১৯৮১ চনত ।🟢


৩৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?

উ÷৪৩০ বৰ্গ কিঃমিঃ।🟢


৩৫) অসমৰ ৰাজ্যিক ফুল কি?

উ÷কপৌ ফুল ।🟢


৩৬) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

উ÷মালিগাৱঁত অৱস্থিত ।🟢


৩৭) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?

উ÷গুৱাহাটী ।🟢


৩৮) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?

উ÷মহানন্দ দাস ।🟢


৩৯) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল?

উ÷শ্বিলং ।🟢


৪০) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?

উ÷উমানন্দ ।🟢


৪১)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?

উ÷মহাত্মা গান্ধী ।🟢


৪২) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?

উ÷দেৰগাওঁ ।🟢


৪৩) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?

উ÷বড়ো ।🟢


৪৪) অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে?

উ÷ধুবুৰী ।🟢


৪৫) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?

উ÷১৯০১ চনত ।🟢


৪৬) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?

উ÷নামৰূপ ।🟢


৪৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?

উ÷তেজপুৰ ।🟢


৪৮) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?

উ÷শিলঘাট ।🟢


৪৯)'নটসূৰ্য' বুলি কাক জনা যায়?

উ÷ফণী শৰ্মা ।🟢


৫০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

উ÷ভানুমতী ।🟢🟢🟢