29 Jul 2021

Assam GK 2

 ১) প্ৰথম অসমীয়া বোলছবি"জয়মতী" কেতিয়া মুক্তি লাভ কৰিছিল?

উ÷১৯৩৫ চনৰ ১০ মাৰ্চ ।

২) প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ পৰিচালক কোন আছিল?

উ÷ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।

৩)অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়?

উ÷৩ চেপ্তেম্বৰ ।

৪)অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়?

উ÷ভোগেশ্বৰ বৰুৱা ।

৫)ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল?

উ÷ ১৯৬৬ চনত ।

৬) আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল?

উ÷পুৰন্দৰ সিংহ ।

৭) কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল?

উ÷১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ।

৮) অসমৰ জাতীয় সংগীত"অ মোৰ আপোনাৰ দেশ' প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল?

উ÷বাহী ।

৯) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?

উ÷বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য  ।

১০)  সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন?

উ÷যতীন্দ্ৰ নাথ দুৱৰা ।