29 Jul 2021

Assam GK 3

 ১)কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউয়েন চাং অসম (কামৰূপ)লৈ আহিছিল?

উ÷ভাস্কৰ বৰ্মন ।

২) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উ÷স্বৰ্গদেউ চাওলুং চুকাফা(১২২৮ খ্ৰীষ্টাব্দ)

৩) কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল?

উ÷১২৫৩ চনত ।

৪) শৰাই ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উ÷আহোম আৰু মোগলৰ মাজত (১৬৭১ চন) ।

৪) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?

উ÷উদয়াদিত্য সিংহ ।

৫) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল?

উ÷লাচিত বৰফুকন ।

৬) শৰাই ঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?

উ÷ৰামসিংহ ।

৭) মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল?

উ÷১৯২১ চনত ।

৮) প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি?

উ÷বনফুল(যতীন্দ্ৰ নাথ দুৱৰা) ।

৯) প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি?

উ÷মৃতুঞ্জয়(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ।

১০) প্ৰথম অসমীয়া স্নাতক কোন?

উ÷আনন্দৰাম বৰুৱা।