29 Jul 2021

Assam GK 4

 ১) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা খন কি?

উ÷কাৰ্বি আংলং ।

২) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলা খন কি?

উ÷দক্ষিণ শালমৰা আৰু মানকাচৰ ।

৩) বৰ্তমান অসমত মুঠ কেইখন জিলা আছে?

উ÷৩৪ খন ।

৪) ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল?

উ÷২০০৭ চনত ।

৫)গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷কাৰ্বি আংলং ।

৬)গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷যোৰহাট ।

৭) সোনালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি?

উ÷চক্ৰশিলা ।

৮) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উ÷১৯৭০ চনত ।

৯) অসমৰ কোনখন চহৰক Manchester of Assam বুলি কোৱা হয়?

উ÷শুৱালকুছি ।

১০) এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত?

উ÷জাগীৰোড ।