29 Jul 2021

Assam GK 5

 ১) গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল?

উ÷১৯৪৮ চনত ।

২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উ÷কৃষ্ণকান্ত সন্দিকৈ ।

৩) অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান?

উ÷১৪   ।

৪) অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?

উ÷৭     ।

৫) লক্ষ্মীনাথ বেজবৰুৱাক কোনে "ৰসৰাজ" উপাধি প্ৰদান কৰিছিল?

উ÷অসম সাহিত্য সভা(১৯৩১) ।

৬) অসমীয়া চলচ্চিত্ৰ"হালধীয়া চৰায়ে বাওধান খায়"কোনে পৰিচালনা কৰিছিল?

উ÷জাহ্নু বৰুৱা ।

৭) ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উ÷২.৩৯%  ।

৮) শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত সমূহ কি ভাষাত লিখা হৈছিল?

উ÷ব্ৰজাৱলী  ।

৯) পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল?

উ÷১৮৯৪ চনৰ ২৮ জানুৱাৰীত ।

১০) স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?

উ÷তৰুণৰাম ফুকন ।