29 Jul 2021

Assam GK 6

 ১) আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উ÷১২২৮ খ্ৰীষ্টাব্দত ।

২) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উ÷স্বৰ্গদেউ চাওলুং চুকাফা ।

৩) অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?

উ÷যোৰহাট ।

৪) স্বাধীনতা আন্দোলনৰ সময়ত কোনে "মৃত্যু বাহিনী" গঠন কৰিছিল?

উ÷পুষ্পলতা দাস ।

৫)কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?

উ÷প্ৰমত্ত সিংহ ।

৬)"অসমীয়া সাহিত্যৰ বুৰঞ্জী" ৰ লেখক কোন?

উ÷দেৱেন্দ্ৰনাথ বেজবৰুৱা ।

৭)কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?

উ÷গোমধৰ কোঁৱৰ ।

৮)"India against Itself"গ্ৰন্থখনৰ লেখক কোন?

উ÷ড'সঞ্জীৱ বৰুৱা ।

৯)কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?

উ÷ছিলেট ।

১০) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?

উ÷ভাৰত ত্যাগ আন্দোলন ।