29 Jul 2021

Assam GK 8

 1)বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?

উ÷১৯৫২ চনত ।

২) অসমীয়া বোলছবি"শুকুন্তলা" কোনে পৰিচালনা কৰিছিল?

উ÷ড'ভূপেন হাজৰিকা ।

৩) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?

উ÷ইন্দ্ৰমালতী ।

৪)"ইন্দ্ৰমালতী" কিমান চনত মুক্তি লাভ কৰিছিল?

উ÷১৯৩৯ চনত ।

৫) লাচিত দিৱস কেতিয়া পালন কৰা হয়?

উ÷২৪ নৱেম্বৰ ।

৬)অসম দিৱস কেতিয়া পালন কৰা হয়?

উ÷২ ডিচেম্বৰ ।

৭) অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?

উ÷বৰপেটা, নলবাৰী আৰু কামৰূপ ।

৮)পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?

উ÷মাধৱ কন্দলী ।

৯) পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?

উ÷ৰাম সৰস্বতী ।

১০) ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?

উ÷মিৰি-জিয়ৰী ।