29 Jul 2021

Assam GK 9

 ১) ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?

উ÷শ্ৰী শ্ৰীমাধৱদেৱ ।

২) শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উ÷কীৰ্তনঘোষা ।

৩) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উ÷নামঘোষা ।

৪) অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত?

উ÷ গোৱালপাৰা জিলাৰ মৰনৈ ।

৫) অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল?

উ÷যোৰহাট ।

৬) অসমৰ"College of Fisheries Science" ক'ত অৱস্থিত?

উ÷ৰহা ।

৭)ঢলা-শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?

উ÷লোহিত ।

৮) "বিহু সম্ৰাট" বুলি কোনজন ব্যক্তিক জনা যায়?

উ÷খগেন মহন্ত ।

৯) অসমৰ কোনখন ঠাইক সত্ৰ-নগৰী হিচাপে জনা যায়?

উ÷বৰপেটা ।

১০) অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলিও জনা যায়?

উ÷হাফলং ।