25 Jul 2021

science part 1

 1. ওঠৰশ শতিকাত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ :- 500 কোটি।

2. বিংশ শতিকাত পৃথিৱীৰ জনসংখ্যা কিমান হ'লগৈ ?
উত্তৰ :- 700 কোটি।

3. ক'লা ধু্ঁৱলী (smog)ৰ বাবে লণ্ডনত কোন চনত চাৰি হেজাৰ লোকে প্ৰাণ হেৰুৱাইছিল ?
উত্তৰ :- 1952 চনত।

4. ভূপাল গেছ দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল ?
উত্তৰ :- 1983 চনত।

5. নিম্নোক্ত কোনটো পৰিৱেশ প্ৰদূষণৰ কাৰণ নহয়----
     (a) যান-বাহন, (b) উদ্যোগ, (c) ৰন্ধন প্ৰণালী, (d) গছ কটা।
উত্তৰ :- (d) গছ কটা।

6. গৰাখহনীয়া সমস্যাৰ প্ৰধান কাৰণ কি ?
উত্তৰ :- নিৰ্বনীকৰন।

7. গলিত ধাতুৰ পৰা ওলোৱা ভাপক কি বোলে ?
উত্তৰ :- ফিউম বোলে।

8. ধোঁৱা আৰু কুঁঁৱলীৰ সংমিশ্ৰণক কি বোলে ?
উত্তৰ :- স্মগ বোলে।

9. ফ'ট'কেমিকেল স্মগ মানে কি ?
উত্তৰ :- ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰ'ক্সি এবিটাইল নাইট্ৰেট আৰু অ'জনৰ সমষ্টিকে ফ'ট'কেমিকেল স্মগ বুলি কোৱা হয়।

10. অ'জন গেছৰ স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত ?
উত্তৰ :- ষ্ট্ৰেট'স্ফিয়াৰ স্তৰত অৱস্থিত।