28 Jul 2021

Geography part 2

 11. বায়ুমণ্ডলৰ প্ৰধান স্তৰ কেইটা ?
উত্তৰ :- 5টা।

12. পৃথিৱীৰ খোলাটো কিমান ডাঠ বা গভীৰতা কিমান ?
উত্তৰ :- 16-40 কিলোমিটাৰ।

13. পৃথিৱীৰ মহীভাৱক আন্দোলনৰ ফলত কিহৰ সৃষ্টি হয় ?
উত্তৰ :- মহাদেশৰ সৃষ্টি হয়।

14. বাৰখান ভূ-অৱয়বটো ক'ত পোৱা যায় ?
উত্তৰ :- মৰুভূমিত পোৱা যায়।

15. পৃথিৱীৰ খোলাত থকা অক্সিজেনৰ পৰিমাণ কিমান ?
উত্তৰ :- 46.60%।

16. ছিয়াল,চিমা আৰু নিফেৰ শ্ৰেণী বিভাজন আৰু চিনাক্তকৰণ কোনে কৰিছিল ?
উত্তৰ :- জেফ্ৰিয়ে।

17. ছিয়াল স্তৰৰ গড় ঘনত্ব কিমান ?
উত্তৰ:- 2.9

18. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত হিমালয় কি ?
উত্তৰ:- এক ভংগিল পৰ্বত।

19. পৃথিৱীৰ গভীৰতম হ্ৰদটোৰ নাম কি ?
উত্তৰ :- বৈকাল।

20. (আয়তন অনুসাৰে) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি ?
উত্তৰ :- অষ্ট্ৰেলিয়া।