28 Jul 2021

Geography part 3

 21. এন্টাৰ্কটিকাৰ উচ্চতম শৃংগটোৰ নাম কি ?
উত্তৰ :- ভিনচন মেচিফ।

22. আয়তন অনুসাৰে পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি?
উত্তৰ :- উত্তৰ মহাসাগৰ।

23. পৃথিৱীৰ গভীৰতম খাত কোনটো ?
উত্তৰ :- মেৰিয়ানা।

24. মেৰিয়ানা খাত ক'ত অৱস্থিত ?
উত্তৰ :- প্ৰশান্ত মহাসাগৰত অৱস্থিত।

25. হাৱাই উচ্চভূমি কোনখন মহাসাগৰত অৱস্থিত?
উত্তৰ :- প্ৰশান্ত মহাসাগৰত অৱস্থিত।

26. 'বাৰ্মুদা ত্ৰিভুজ ' কোন মহাসাগৰত অৱস্থিত ?
উত্তৰ :- আটলান্টিক মহাসাগৰত অৱস্থিত।

27. 'বাৰ্মুদা ত্ৰিভূজ'ক সৃষ্টি কৰা দ্বীপ তিনিটা কি কি?
উত্তৰ :- ফ্লোৰিডা,পোৰ্টৰিক' আৰু বাৰ্মুদা।

28. কিহে সাগৰীয় পানীৰ লুণীয়া গুণ হ্ৰাস কৰে ?
উত্তৰ :- প্ৰবল বৃষ্টিপাতে।

29. মহাসাগৰীয় পৃষ্ঠৰ দৈনিক উত্তাপৰ পৰিসৰ কিমান ?
উত্তৰ :- 1° ছেঃ।

30. আয়তনৰ ফালৰ পৰা তৃতীয় বৃহৎ মহাসাগৰ খনৰ নাম লিখা।
উত্তৰ :- ভাৰত মহাসাগৰ।