30 Jul 2021

Geography part 5

 41. কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি ?
উত্তৰ :- জিৰি।

42. ব্ৰহ্মপুত্ৰৰ উত্তৰবাহিনী নৈ খনৰ নাম কি ?
উত্তৰ :- জীয়াভৰালী।

43. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ এখনৰ নাম লিখা।
উত্তৰ :- জীয়াভৰালী।

44. অসমৰ বৰ্তমান মুঠ জিলাৰ সংখ্যা কিমান ?
উত্তৰ :- 27 খন।

45. ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে ?
উত্তৰ :- বঙাইগাঁও আৰু গোৱালপাৰা জিলা।

46. অসমৰ কোনখন জিলাৰ জনবসতিৰ ঘনত্ব সৰ্বাধিক ?
উত্তৰ :- নগাঁও জিলাৰ।

47. এখন মেপৰ নিৰূপক ভগ্নাংশ 1ঃ10,00,000.তেন্তে ইয়াৰ বিৱৰণাত্মক মাপনী কি হ'ব ?
উত্তৰ :- 1ছেঃমিঃ----10কিঃমিঃ।

48. স্থলপথ বুজাবলৈ মেপত কি ৰঙৰ ৰেখা ব‍্যৱহাৰ কৰা হয় ?
উত্তৰ :- ৰঙা ৰঙৰ।

49. মেপত দুখন ঠাইৰ দূৰত্ব 10 ছেঃমিঃ ধৰাপৃষ্ঠত কিমান হ'ব ?
উত্তৰ :- 2.5 কিঃমিঃ।

50. বিষয়ভিত্তিক মেপৰ প্ৰধান ভাগ কেইটা ?
উত্তৰ :- দুটা।