উত্তৰ :- অল আজিজিয়া (লিবিয়া)
62. পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি ?
উত্তৰ :- চাহাৰা মৰুভূমি।
63. ভাৰতৰ উচ্চতম শৃংগ কি ?
উত্তৰ :- গজউইন অষ্টিন।
64. ধান খেতিৰ বাবে ন্যূনতম বৰষুণৰ পৰিমাণ কিমান ?
উত্তৰ :- 60 ছেঃ
65. দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ কোনখন ?
উত্তৰ :- ব্ৰাজিল।
66. পৃথিৱীৰ ব্যাস কিমান ?
উত্তৰ :- 12,800 কিঃমিঃ।
67. পৃথিৱীৰ গভীৰতম হ্ৰদ কি ?
উত্তৰ :- বৈকাল হ্ৰদ।
68. পৃথিৱীৰ বৃহত্তম সমতলভূমি কি ?
উত্তৰ :- চাইবেৰিয়া সমতলভূমি।
69. ভাৰতৰ আটাইতকৈ দীঘল ৰে'লপথটো কি ?
উত্তৰ :- গুৱাহাটী-ত্ৰিবান্দ্ৰম।
70. ভাৰত আৰু চীন পৃথককাৰী সীমান্ত ৰেখাৰ নাম কি ?
উত্তৰ :- মেকমোহন ৰেখা।