30 Jul 2021

Geography part 7

61. পৃথিৱীৰ সৰ্বোচ্চ উষ্ণ ঠাই কোনখন ?
উত্তৰ :- অল আজিজিয়া (লিবিয়া)

62. পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি ?
উত্তৰ :- চাহাৰা মৰুভূমি।

63. ভাৰতৰ উচ্চতম শৃংগ কি ?
উত্তৰ :- গজউইন অষ্টিন।

64. ধান খেতিৰ বাবে ন‍্যূনতম বৰষুণৰ পৰিমাণ কিমান ?
উত্তৰ :- 60 ছেঃ

65. দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ কোনখন ?
উত্তৰ :- ব্ৰাজিল।

66. পৃথিৱীৰ ব‍্যাস কিমান ?
উত্তৰ :- 12,800 কিঃমিঃ।

67.  পৃথিৱীৰ গভীৰতম হ্ৰদ কি ?
উত্তৰ :- বৈকাল হ্ৰদ।

68. পৃথিৱীৰ বৃহত্তম সমতলভূমি কি ?
উত্তৰ :- চাইবেৰিয়া সমতলভূমি।

69. ভাৰতৰ আটাইতকৈ দীঘল ৰে'লপথটো কি ?
উত্তৰ :- গুৱাহাটী-ত্ৰিবান্দ্ৰম।

70. ভাৰত আৰু চীন পৃথককাৰী সীমান্ত ৰেখাৰ নাম কি ?
উত্তৰ :- মেকমোহন ৰেখা।