18 Jul 2021

Important Current Affairs 2021 - Part 1

1. নামদফা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?

১/ মেঘালয়

২/ অৰুণাচল প্ৰদেশ√

৩/ মিজোৰাম

৪/ মণিপুৰ


2. তেলেংগানা ৰাজ্য কিমান চনত গঠন হয়?

A/ 2013

B/ 2014√

C/ 2015

D/ 2016


3. নৰাছিগা বিহু বা পঃৰাগ কোন জনগোষ্ঠীৰ উৎসৱ?

১/ দেউৰী

২/ সোণোৱাল কছাৰী

৩/ টাই

৪/ মিচিং√


4. নামেৰীক ব্যাঘ্ৰ প্ৰকল্প হিচাপে কিমান চনত ঘোষণা কৰা হয়?

ক/ ১৯৭৩

খ/ ১৯৮৩

গ/  ১৯৮৫√

ঘ/ ১৯৯৩


5. ভূপালত গেছ দুৰ্ঘটনা কিমান চনত হৈছিল?

ক/ ১৯৮২

খ/ ১৯৮৪√

গ/ ১৯৮৬

ঘ/ ১৯৮৮


6. ৰাষ্ট্ৰসংঘত কেইটা ভাষা ব্যৱহাৰ হয়?

ক/ ২

খ/ ৪

গ/ ৬√

ঘ/ ৮


7. উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন চহৰক 'ভাৰতৰ স্কটলেণ্ড’ বুলি কোৱা হয়?

ক/ গুৱাহাটী

খ/ ছিলং√

গ/ আইজল

ঘ/ ইম্ফল