18 Jul 2021

Important GK Questions on the Topic - Yoga

Important GK Questions on the Topic - Yoga

1. যোগ শব্দটোৰ উৎপত্তি হ’ল___শব্দৰ পৰা৷

ক/যুজ√

খ/যুজ্য

গ/যোগত্ব

ঘ/গোগী


2. ইংৰাজীৰ Meditation শব্দটো কোন ভাষাৰ পৰা অহা

ক/ ফৰাচী

খ/ গ্ৰীক

গ/ সংস্কৃত

ঘ/ লেটিন√


3. আয়ুষ (Ayush) মন্ত্ৰালয়ক কেতিয়া “ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ" বিভাগৰ পৰা আঁতৰাই অনা হয়?

ক/ ২০১২

খ/ ২০১৩

গ/ ২০১৪√

ঘ২ ২০১৫


4. কিমান চনত আন্তৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰা হৈছিল?

ক/ ২০১৪√

খ/ ২০১৫

গ/ ২০১৬

ঘ/ ২০১২


5. ২০১৪ চনৰ কিমান তাৰিখে যোগ দিৱসৰ ঘোষণা কৰা হৈছিল?

ক/ ২১ জুন

খ/ ১১ নবেম্বৰৰ

গ/ ১১ ডিচেম্বৰ√

ঘ/ ২১ ডিচেম্বৰ


6. কিমান তাৰিখে যোগ দিৱস পালন কৰা হয়?

ক/ ২১ মে

খ/  ২১ জুন√

গ/  ২১ জুলাই

ঘ/  ২১ ডিচেম্বৰ


7. কিমান চনত প্ৰথমবাৰ যোগ দিৱস পালন কৰা হয়?

ক/ ২০১৪√ 

খ/ ২০১৫

গ/ ২০১৬

ঘ/ ২০১৭


8. যোগ দিৱসত বিশ্বৰ কিমান খন দেশে অংশগ্ৰহণ কৰিছে?

ক/ ১৭৪

খ/ ১৭৫

গ/ ১৭৬

ঘ/ ১৭৭√


9. যোগ দিৱস হিচাপে ২১ জুন তাৰিখতো কিয় বাচি লোৱা হ’ল?

উ: কাৰণ ২১ জুন তাৰিখতো সকলোতকৈ দীঘল দিন৷