18 Jul 2021

Indian Geography Important Questions - Part 1

 1.তিনিখন মহাসাগৰে আগুৰি থকা মহাদেশ খন?

উ:-উত্তৰ আমেৰিকা

2.তৃতীয় বৃহত্তম মহাসাগৰ?

উ:- ভাৰত মহাসাগৰ

3.পৃথিৱীৰ সামুদ্ৰিক গভীৰতম খাত?

উ:- মেৰিয়ানা বা চেলেঞ্জাৰ 

4.মেৰিয়ান খাত কোনটো মহাসাগৰত পোৱা যায়?

উ:-প্ৰশান্ত মহাসাগৰ৷

5.মৰিচাচ সামুদ্ৰিক দ্বীপটো কোনটো মহাসাগৰত অৱস্থিত?

উ:-ভাৰত মহাসাগৰ৷

6.পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটো ৰ উচ্চতা কিমান?

উ:- ৮৬১১ মিটাৰ(Mount K2)

7.গডউইন অষ্টিন পৰ্বত শৃংগটো কোনখন মহাদেশৰ অন্তৰ্গত?

উ:- এছিয়া মহাদেশ৷

8.ৰকি পৰ্বতমালা কোনখন মহাদেশৰ অন্তৰ্গত?

উ:-উত্তৰ আমেৰিকা মহাদেশ৷

9.পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী?

উ:- এণ্ডিজ পৰ্বতমালা(দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত)

10.এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিক ভাৱে কিহে পৃথক কৰিছে?

উ:- ইউৰাল পৰ্বতমালা

11.কেৱল দক্ষিণ গোলাৰ্ধত অৱস্থিত মহাসাগৰ খনৰ নাম?

উ:-দক্ষিন মহাসাগৰ৷

12.বাৰমুদা দ্বীপপুঞ্জ কোনখন মহাসাগৰৰ অন্তৰ্গত?

উ:-আটলাণ্টিক মহাসাগৰ৷

13.পৃথিৱীৰ উচ্চতম মালভূমি?

উ:- পামিৰ মালভূমি৷

14.পামিৰ মালভূমি কোনখন মহাদেশৰ অন্তৰ্গত?

উ:- এছিয়া মহাদেশ৷

15.পৃথিৱীৰ পঞ্চম বৃহত্তম দেশ?

উ:- ব্ৰাজিল