14 Jul 2021

Polity Part 3

১১. মাৰ্ক্স আৰু এংগেলছৰ  'কমিউনিষ্ট মেনিফেষ্ট 'কেতিয়া প্ৰকাশ পাইছিল ?
উত্তৰ :- 1848 চনত।

১২. এৰিষ্টটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ কি ? 
উত্তৰ :- ৰাজতন্ত্ৰ।

১৩. দফীয়া নীতিৰ প্ৰৱৰ্তন কোনে কৰিছিল ?
উত্তৰ :- উইলচন ।

১৪. পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয় ?
উত্তৰ :- চুইজাৰলেণ্ড ক কোৱা হয়।

১৫. ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্য সংখ্যা কিমান জন ?
উত্তৰ :- 12 জন।

১৬. ভাৰতত 'পঞ্চম' সাধাৰণ নিৰ্বাচন কিমান চনত অনুষ্ঠিত হয় ?
উত্তৰ :- 1971 চনত।

১৭. অসম বিধান সভাৰ সদস্যৰ সংখ্যা কিমান গৰাকী ?
উত্তৰ :- 126 গৰাকী ।

১৮. লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কোনে কৰে ?
উত্তৰ :- লোকসভাৰ অধ্যক্ষই।

১৯. ভাৰতবৰ্ষৰ কোনখন ৰাজ‍্যত দ্বি-সদনীয় বিধান মণ্ডল নাই ?
উত্তৰ :- পশ্বিমবংগত।

২০.বিধান সভাৰ সদস্য হ'ব লাগিলে তেওঁৰ নূন্যতম বয়স কিমান হ'ব লাগিব?
উত্তৰ :- 25 বছৰ।