23 Jul 2021

polity part 4

২১. গুৱাহাটী পৌৰ নিগম আইন কিমান চনত পাছ কৰা হয় ?
উত্তৰ :- 1969 চনত।

২২. ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি অসমৰ ৰাজ্যপালে নিৰ্বাচনী আয়ুক্তক নিযুক্ত কৰে ?
উত্তৰ :- 243 নং অনুচ্ছেদ অনুসৰি।

২৩. ভাৰতীয় সংসদে কিমান চনত নাগৰিকত্ব আইন গ্ৰহণ কৰে ?
উত্তৰ :- 1955 চনত।

২৪. ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা অনুসূচী আছে ?
উত্তৰ :- 12 টা।

২৫. ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ :- ৰাজেন্দ্ৰ প্ৰসাদ।

২৬. ভাৰতীয় সংবিধানৰ কোনটো অধ‍্যায়ত নিৰ্দেশাত্মক নীতি সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ :- চতুৰ্থ অধ‍্যায়ত।

২৭.তলৰ কোনটো ৰাষ্ট্ৰপতীয় চৰকাৰৰ বৈশিষ্ট্য নহয়------
        (a) ন‍্যায়পালিকা, (b) কাৰ্যপালিকা, (c) শিক্ষা পালিকা, (d) বিধান মণ্ডল।
উত্তৰ :- (c) শিক্ষা পালিকা।

২৮. তলৰ কোনটো ৰাষ্ট্ৰপতীয় চৰকাৰৰ বৈশিষ্ট্য নহয় ?
      (a) ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান, (b) মন্ত্ৰীসভাৰ সদস‍্যসকল আইন সভাৰ সদস্য নহয়, (c)জনসাধাৰণৰ ওচৰত দায়িত্বশীল, (d) জৰুৰী অৱস্থাৰ বাবে উপযোগী নহয়।
উত্তৰ :- (d) 

২৯. মন্ত্ৰীসভা পৰিচালিত চৰকাৰৰ জন্মদাতা কোন?
উত্তৰ :- গ্ৰেট ব্ৰিটেইন।

৩০. কোন শাসন ব্যৱস্থাত সংস‍্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ সংৰক্ষণৰ ব্যৱস্থা নাই ?
উত্তৰ :- একাত্মক চৰকাৰৰ শাসন ব্যৱস্থাত।