23 Jul 2021

polity part 5

 ৩১.  ' গণতন্ত্ৰ হৈছে আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰ 'এই মত কোনে সমৰ্থন কৰিছিল? ?
উত্তৰ :- বাৰ্কাৰে।

৩২. দৈত্ব নাগৰিকত্ব কোনখন ৰাষ্ট্ৰৰ বৈশিষ্ট‍্য‍ ?
উত্তৰ :- আমেৰিকাৰ।

৩৩. 'সাৰ্বভৌম শক্তিৰ নিৰ্দেশেই আইন '-------কথষাৰৰ বক্তা কোন ?
উত্তৰ :- জন অষ্টিন।

৩৪. নিম্নোক্ত কোনখন দেশ এক কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ভুক্ত নহয় ?
উত্তৰ :- আমেৰিকা।

৩৫. ভাৰতবৰ্ষত কেইটা উপায়েৰে নাগৰিকত্ব লাভ কৰিব পৰা যায় ?
উত্তৰ :- 5 টা।

৩৬. পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন নথকা এখন ৰাষ্ট্ৰৰ নাম লিখা ?
উত্তৰ :- চুইজাৰলেণ্ড।

৩৭. নিম্নোক্ত কোনটো অধিকাৰ পৌৰ অধিকাৰৰ অন্তৰ্ভূক্ত নহয় ? 
উত্তৰ :- ভোটদানৰ অধিকাৰ।

৩৮. উচ্চ ন‍্যায়ালয়ৰ কাৰ্য আৰু ক্ষমতাৰ ভিতৰত নপৰা এটা বিষয় উল্লেখ কৰা।
উত্তৰ :- সংবিধান বাখ‍্যা কৰাৰ ক্ষমতা।

৩৯. লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কোনে কৰে ?
উত্তৰ :- লোকসভাৰ সদস‍্যসকলে।

৪০. জনমত কি?
উত্তৰ :- জনমত হ'ল সকলোৰে কল‍্যাণকামী মত।