24 Jul 2021

polity part 6

৪১. বিত্ত বিধেয়ক বিলখন কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে ?
উত্তৰ :- 14 দিনৰ ভিতৰত।

৪২. ভাৰতৰ উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?
উত্তৰ :- 62 বছৰ বয়সত।

৪৩. ৰাজ‍্যিক বিধান পৰিষদৰ সদস্য সংস‍্যা কিমান জনতকৈ অধিক হ'ব নোৱাৰিব ?
উত্তৰ :- 40 জনতকৈ অধিক হ'ব নোৱাৰিব।

৪৪. বিত্ত বিধেয়ক ভাৰতবৰ্ষত ক'ত উত্থাপন কৰিব পাৰি ?
উত্তৰ :- লোকসভাত।

৪৫. বৰ্তমান সীমিত ৰাজতন্ত্ৰৰ প্ৰচলন কোনখন দেশত আছে ?
উত্তৰ :- ইংলেণ্ডত।

৪৬. হিন্দু মহাসভা কিমান চনত গঠন কৰা হৈছিল?
উত্তৰ :- 1916 চনত।

৪৭. আদৰ্শৰ ভিত্তিত নিৰ্দেশক নীতিসমূক কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ :- 4 টা ভাগত।

৪৮. মৌলিক অধিকাৰৰ বিষয়ে সংবিধানৰ কিমান অধ‍্যায়ত দিয়া আছে ?
উত্তৰ :- তৃতীয় অধ‍্যায়ত দিয়া আছে।

৪৯. পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা কোনটো নিৰ্দেশক নীতিৰ অন্তৰ্ভুক্ত ?
উত্তৰ :- গান্ধীবাদী নীতিৰ অন্তৰ্ভুক্ত।

৫০. নিৰ্দেশক নীতিৰ ভেঁঁটি কি ?
উত্তৰ :- সমাজবাদ।