24 Jul 2021

polity part 7

 ৫১. অসম গণ পৰিষদৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ :- 1985 চনত।

৫২. তলত দিয়া কোনটো আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ নহয়-------
  (a) জনসাধাৰণৰ হতাশা, (b) ৰাজ‍্যিক নেতাৰ দুৰ্বলতা, (c) ব‍্যক্তিগত ক্ষমতাৰ লোভ, (d)অৰ্থনৈতিক উদাৰতা ।
উত্তৰ :- (d) অৰ্থনৈতিক উদাৰতা।

৫৩. জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো কি ?
উত্তৰ :- মৌলিক কৰ্তব্য।

৫৪. তলৰ কোন দুখন দেশৰ সংবিধানক অনুকৰণ কৰি আমাৰ দেশৰ সংবিধানত নিৰ্দেশক নীতি অন্তৰ্ভুক্ত কৰা হৈছে --------
   (a) ইংলেণ্ড আৰু আয়াৰলেণ্ড, (b) স্পেইন আৰু ইংলেণ্ড,(c)স্পেইন আৰু আয়াৰলেণ্ড, (d)আমেৰিকা আৰু ইংলেণ্ড ।
উত্তৰ :- (a) স্পেইন আৰু আয়াৰলেণ্ড।

৫৫.  ' সুখী হ'বৰ বাবে জিৰণি অত‍্যাৱশ‍্যক ' এই উক্তিটো কাৰ আছিল ?
উত্তৰ :- এৰিষ্টটল ৰ ।

৫৬. গুৱাহাটী পৌৰনিগমৰ মেয়ৰসকলৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ :- 1বছৰ।

৫৭. সংসদৰ দুয়োটা সদনতে উপস্থিত থাকিব পৰা বিষয়াজন কোন ?
উত্তৰ :- মহান‍্যাযাবিদ।

৫৮. প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ?
উত্তৰ :- বেলগ্ৰেডত অনুষ্ঠিত হৈছিল।

৫৯. ভাৰতীয় সংবিধানৰ কিমানতম্ সংশোধন অনুসৰি মৌলিক কৰ্ত‍ব‍্যসমূহ সংবিধানত সংযোজন কৰা হৈছে ?
উত্তৰ :- 42 তম।

৬০. মেকিয়াভেলি কোন দেশৰ দাৰ্শনিক আছিল ?
উত্তৰ :- ইটালী।