24 Jul 2021

polity part 8

 ৬১. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন কোন ?
উত্তৰ :- Antonio Guterres

৬২.  অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ মুঠ সদস‍্য সংস‍্যা কিমান জন ?
উত্তৰ :- 27 জন।

৬৩. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে সংস‍্যা লঘিষ্ঠ সকলো শ্ৰেণীৰ লোককে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ অধিকাৰ দিয়া হৈছে ?
উত্তৰ :- 30 নং অনুচ্ছেদ।

৬৪. ভোটদানৰ অধিকাৰক কি বোলা হয় ?
উত্তৰ :- ৰাজনৈতিক অধিকাৰ বোলা হয়।

৬৫. নাগৰিকত্ব সম্পৰ্কত যিকোনো বিধি-বিধান ৰচনাৰ দায়িত্ব কাৰ ওপৰত দিয়া উচিত ?
উত্তৰ :- সংসদৰ ওপৰত।

৬৬. ভাৰতীয় সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও অধিক গণতান্ত্ৰিক বুলি আখ‍্যা দিয়া ব‍্যক্তিজন কোন আছিল ?
উত্তৰ :- কৃষ্ণস্বামী।

৬৭. ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ কিমান চনৰ আইনত আছিল ?
উত্তৰ :- 1935 চনৰ আইনত।

৬৮. সংবিধান কিমান নং আৰু কিমান নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে আদালতৰ ওচৰ চাপিব পাৰে ?
উত্তৰ :-32 নং আৰু 226 নং অনুচ্ছেদৰ জৰিয়তে।

৬৯. নিৰ্দেশক নীতিসমূহক মুঠ কেইটা অনুচ্ছেদত ভগাব পাৰি ?
উত্তৰ :- 16 টা অনুচ্ছেদত।

৭০. কেন্দ্ৰত জনতা দল কোন চনত ক্ষমতাধিষ্ঠ হৈছিল ?
উত্তৰ :- 1977 চনত।