24 Jul 2021

polity part 9

 ৭১. অসমৰ পঞ্চায়ত ব্যৱস্থা কেই খলপীয়া ?
উত্তৰ :- তিনিখলপীয়া।

৭২. ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে প্ৰধান মন্ত্ৰীক নিয়োগ কৰে ?
উত্তৰ :-75 নং অনুচ্ছেদ মতে।

৭৩. ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰিছিল ? 
উত্তৰ :- 1975 চনত।

৭৪. ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ পদ কোনে পূৰন কৰে ?
উত্তৰ :- মুখ‍্য ন‍্যায়াধীশে।

৭৫. সংসদৰ অধিবেশন কোনে ভংগ কৰিব পাৰে ?
উত্তৰ :- ৰাষ্ট্ৰপতিয়ে।

৭৬. ৰাজ্যৰ বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ :- 6 বছৰ।

৭৭. কিমান দিন সংসদত উপস্থিত নাথাকিলে লোকসভাৰ সদস‍্য পদ হেৰুৱাব পাৰে ?
উত্তৰ :- 60 দিন সংসদত উপস্থিত নাথাকিলে।

৭৮. ভাৰতীয় সংসদৰ উচ্চসদনৰ সদস্য সংস‍্যা কিমান জন ?
উত্তৰ :- 250 জন।

৭৯. ৰেডক্ৰছ সমাজৰ প্ৰতিস্থাপক কোন আছিল ?
উত্তৰ :- হেনৰী ডুৰান্ট।

৮০. নিম্নোক্ত কোনটো গণতন্ত্ৰৰ গুণ নহয়-----
     (a) ই ৰাইজৰ চৰকাৰ, (b) বিদ্ৰোহ হোৱাৰ আশংকা কম, (c) স্থায়ী চৰকাৰ,(d)  ক্ষণস্থায়ী চৰকাৰ।
উত্তৰ :-   (d)ক্ষণস্থায়ী চৰকাৰ।