28 Jul 2021

science part 10

91. কিহে কপাৰক কপাৰ-ছালফেটৰ পৰা অপসাৰিত কৰে ?
উত্তৰ :- জিংক।

92. গোলকীয় উষ্ণতাৰ কাৰণ কি ?
উত্তৰ :- ইন্ধনৰ দহন।

93. ইন্ধনৰ অসম্পূৰ্ণ দহনৰ ফলত কি উৎপন্ন হয় ?
উত্তৰ :- কাৰ্বন মন'ক্সাইড।

94. আইৰণৰ প্ৰধান আকৰটোৰ নাম কি ?
উত্তৰ :- হেমেটাইট।

95. ব্ৰঞ্জত থকা ধাতু কেইটা কি ?
উত্তৰ :- Cu,Zn.

96.ডাউনৰ পদ্ধতিৰে ছ'ডিয়ামৰ নিষ্কাশনত ছ'ডিয়াম-ক্ল'ৰাইডক বিগলিত অৱস্থাত ৰাখিবলৈ ব‍্যৱহাৰ কৰা পদাৰ্থটো কি ?
উত্তৰ :- কেলছিয়াম ক্ল'ৰাইড।

97. পানীৰ অণুত থকা অনাবদ্ধ ইলেক্ট্ৰ'ন যুগ্মৰ সংখ্যা কিমান ?
উত্তৰ :- 2.

98. পনীয়া HCl ৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ কি হ'ব ?
উত্তৰ :- ৰঙা হ'ব।

99. পনীয়া NaOHৰ স্বাদ কেনেকুৱা ?
উত্তৰ :- তিতা।

100. ভিনেগাৰত কোনটো এছিড থাকে ?
উত্তৰ :- ইথান'য়িক এছিড থাকে।