25 Jul 2021

science part 2

 11. বায়ুমণ্ডলত অ'জনৰ পৰিমাণ জোখা এককৰ নাম কি ?
উত্তৰ :- ডবছন।

12. বায়ুমণ্ডলৰ অ'জন স্তৰটো ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে বিজ্ঞানীসকল কেতিয়া অৱগত হৈছিল ?
উত্তৰ :- 1985 চনত।

13. পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ কি ?
উত্তৰ :- বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলত খাদ্যৰ উৎপাদন বাঢ়িছে আৰু ৰোগ নিৰাময় হৈছে।

14. অ'জন স্তৰৰ ধ্বংসৰ কাৰণ কি ?
উত্তৰ :- ক্ল'ৰফ্লুৰ'কাৰ্বন।

15. অ'জন স্তৰে প্ৰাণী জগতক কিয় ৰক্ষা কৰে ?
উত্তৰ :- অনিষ্টকাৰী আলট্ৰা ভায়োলেট বা অতি বেঙুনীয়া ৰশ্মি প্ৰৱেশত বাধা দিয়ে।

16. গোলকীয় উষ্ণতা মানে কি ?       
উত্তৰ :- পৃথিৱীৰ বায়ুমণ্ডলৰ সামগ্ৰিক উষ্ণতা।

17. কোনটো পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰণ নহয়---
     (a) যন্ত্ৰ, (b)জুইশলা, (c) শ্বসন, (d) বনানিকৰণ।
উত্তৰ :-  (d) বনানিকৰণ।

18. জনসংখ্যা বৃদ্ধি বিশ্বৰ পৰিৱেশ পৰিৱৰ্তনৰ কি?
উত্তৰ :- মূল কাৰণ।

19. প্ৰদূষণ বৃদ্ধিৰ কাৰণ কি ?
উত্তৰ :- ঔদ্যোগীকৰণ।

20. মেৰু অঞ্চলৰ উষ্ণতা বৃদ্ধি হৈ বৰফ গলাৰ কাৰণ কি ?
উত্তৰ :- গোলকীয় উষ্ণতা বৃদ্ধি।