26 Jul 2021

science part 5

 41. DNA ত থকা প্ৰ'টিনটো কি ?
উত্তৰ:- হিষ্ট'ন।

42. জনসংখ্যা বৃদ্ধিৰ হেঁঁচাত 6 শতাংশলৈ বনাঞ্চল হ্ৰাস হোৱা পৃথিৱীৰ দেশখনৰ নাম কি ?
উত্তৰ :- বাংলাদেশ।

43. গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে হোৱা জলবায়ুৰ পৰিৱৰ্তনৰ ফলাফল সমূহ লিখা।
উত্তৰ :- (a) ঠাই বিশেষে খৰাং, (b) ঠাই বিশেষে অতিবৃষ্টি, (c) কুমেৰু-সুমেৰুৰ বৰফ গলন।

44. গোলকীয় উষ্ণতাই বিশ্ব পৰিৱেশলৈ আনিব পৰা পৰিৱৰ্তনৰ শেষ দৃশ‍্য কি ?
উত্তৰ :- সমগ্র বিশ্ব জলপিণ্ড।

45. এচিড বৰষুণৰ কাৰণ কি ?
উত্তৰ :- বায়ু প্ৰদূষণ।

46. বিশ্ব পৰিৱেশ বিনষ্ট কৰাত কিহে সহায় কৰিছে?
উত্তৰ :- মানুহে নিজৰ সুখ-সুবিধাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তিয়ে।

47. মহাকাশ প্ৰদূষণৰ কাৰণ কি ?
উত্তৰ :- কৃত্ৰিম উপগ্ৰহ।

4৪. বিশ্ব পৰিৱেশৰ পৰিৱৰ্তন নিয়ন্ত্ৰণৰ উপায় কি?
উত্তৰ :-  (a)বৃক্ষ ৰোপন, (b) সৌৰশক্তিৰ ৱ‍্যৱহাৰ, (c) মানুহৰ জন্ম নিয়ন্ত্ৰণ, ইত‍্যাদি।

49. বৰ্তমান পৃথিৱীৰ স্থলপৃষ্ঠৰ গড় উষ্ণতা কিমান?
উত্তৰ :- 15° ছেঃ।

50. বিশ্ব পৰিৱেশৰ পৰিৱৰ্তনে সবাতোকৈ কম প্ৰভাৱ পেলোৱা পৰিৱেশ তন্ত্ৰটো কি ?
উত্তৰ :- মহাসাগৰ।