26 Jul 2021

science part 7

 61. প্ৰাণীদেহত পোৱা বহু শৰ্কৰা বিধ কি ?
উত্তৰ :- গ্লাইক'জেন।

62. সালোক সংশ্লেষণৰ কাৰ্যকৰী একক কি ?
উত্তৰ :- কোৱাণ্টাছ'ম।

63. সালোক সংশ্লেষণত ব‍্যৱহাৰ হোৱা ফ'ৰ্টন কণাৰ তৰংগ দৈৰ্ঘ্য কিমান ?
উত্তৰ :- 390-760nm ।

64. উদ্ভিদৰ খনিজ পুষ্টিৰ অত‍্যাৱশ্যকীয় পোষক মৌলৰ সংখ্যা কিমান ?
উত্তৰ :- 17 ।

65. নীল হৰিৎ শেলাই আৰু ৰঙা শেলাইত পোৱা ৰঞ্জক পদাৰ্থবিধ কি ?
উত্তৰ :- ফাইক'বিলিন।

66. সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ ক'ত অক্সিজেন নিৰ্গত হয় ?
উত্তৰ :- আলোক বিক্ৰিয়া দশাত।

67. কোষীয় শ্বসন প্ৰক্ৰিয়া ক'ত সংঘটিত হয় ?
উত্তৰ :- মাইট'কন্ড্ৰিয়াত।

68. উদ্ভিদৰ শ্বসন কেতিয়া ঘটে ?
উত্তৰ :- দিন আৰু ৰাতি উভয়তে।

69. পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱা কাৰ্য কিহে নিয়ন্ত্ৰিত কৰে ?
উত্তৰ :- ৰক্ষ্মীকোষে।

70. শুকান বীজ পানীত থ'লে ওফন্দি উঠা প্ৰক্ৰিয়াটো কি ?
উত্তৰ:- অৱশোষণ।