27 Jul 2021

science part 8

 71.মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে ?
উত্তৰ :- সোঁ অলিন্দ ত।

72. মিট্টেল ভালভ্ ক'ত থাকে ?
উত্তৰ :- বাওঁ অলিন্দ,নিলয়ৰ মাজত।

73. বীজৰ অংকুৰণৰ সময়ত তলৰ কোনটো সংঘটিত হয় -----
    (a) ব‍্যাপন, (b) আকৃতি, (c) অৱশোষণ, (d) এটাও নহয়।
উত্তৰ :- (c) অৱশোষণ।

74. তলত দিয়া কোনটো ৰক্ত কণিকাই এণ্টিবডি সৃষ্টি কৰে----
     (a) নিউট্ৰ'ফিল, (b) লিম্ফ'চাইট, (c) মন'চাইট, (d) বেছ'ফিল।
উত্তৰ :-  (b)লিম্ফ'চাইট।

75. মানুহৰ তেজৰ প্লাজমা আৰু ৰক্ত কণিকাৰ অনুপাত কিমান ?
উত্তৰ :- 55% : 45%.

76. সোঁ অলিন্দলৈ বিশুদ্ধ তেজ পৰিবহন কৰা ৰক্তনলীডাল কি ?
উত্তৰ :- ক্লোম সিৰা।

77. গলগণ্ড (Goiter) ৰোগ কোনবিধ হৰম'নৰ অভাৱত হয় ?
উত্তৰ :- থাইৰ'ক্সিন নামৰ হৰম'নৰ অভাৱত হয়।

78. মিশ্ৰ গ্ৰন্থি এটাৰ নাম লিখা।
উত্তৰ :- অগ্নাশয়।

79. স্নায়ুকোষৰ এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ সংযোগ স্থল কি ?
উত্তৰ :- ছাইনেপছ।

80. উদ্ভিদৰ কোষ বিভাজনত কোনটো হৰম'নে ভূমিকা লয় ?
উত্তৰ :- ছাইট'কাইনিন নামৰ হৰম'নটোৱে।