উত্তৰ :- গ্ৰীনলেণ্ড।
92. নাগালেণ্ডৰ বৃহত্তম নদী কি ?
উত্তৰ :- দিচাং।
93. ভাৰতত হীৰা ক'ৰ পৰা আহৰণ কৰা হয় ?
উত্তৰ :- পান্না ৰ পৰা।
94. গংগা আৰু যমুনা নদীৰ সংগমস্থল কি ?
উত্তৰ :- এলাহবাদ।
95. ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমতলভূমি ?
উত্তৰ :- 45%
96. ভাৰতৰ ভূ-সীমান্তত থকা দেশৰ সংখ্যা কিমান?
উত্তৰ :- 7 খন।
97. অসমৰ প্ৰধান খনিজ সম্পদ কি ?
উত্তৰ :- পেট্ৰ'লিয়াম।
98. ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?
উত্তৰ :- মেৰিয়ানা খাদ।
99.ভাৰতৰ উপকূল অঞ্চলত থকা বৃহত্তম নদীখন কি ?
উত্তৰ :- গোদাবৰী।
100. ভূমিকম্পৰ তৰংগ প্ৰাবল্য জোখা আহিলাবিধ কি ?
উত্তৰ :- ভূ-কম্প অভিলেখ যন্ত্ৰ।