3 Aug 2021

Geography part 10

 91. পৃথিৱীৰ বৃহত্তম দ্বীপটো কি ?
উত্তৰ :- গ্ৰীনলেণ্ড।

92. নাগালেণ্ডৰ বৃহত্তম নদী কি ?
উত্তৰ :- দিচাং।

93. ভাৰতত হীৰা ক'ৰ পৰা আহৰণ কৰা হয় ?
উত্তৰ :- পান্না ৰ পৰা।

94. গংগা আৰু যমুনা নদীৰ সংগমস্থল কি ?
উত্তৰ :- এলাহবাদ।

95. ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমতলভূমি ?
উত্তৰ :- 45%

96. ভাৰতৰ ভূ-সীমান্তত থকা দেশৰ সংখ্যা কিমান?
উত্তৰ :- 7 খন।

97. অসমৰ প্ৰধান খনিজ সম্পদ কি ?
উত্তৰ :- পেট্ৰ'লিয়াম।

98. ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?
উত্তৰ :- মেৰিয়ানা খাদ।

99.ভাৰতৰ উপকূল অঞ্চলত থকা বৃহত্তম নদীখন কি ?
উত্তৰ :- গোদাবৰী।

100. ভূমিকম্পৰ তৰংগ প্ৰাবল‍্য জোখা আহিলাবিধ কি ?
উত্তৰ :- ভূ-কম্প অভিলেখ যন্ত্ৰ।