3 Aug 2021

Geography part 8

 71. আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অঞ্চল কিহৰ বাবে বিখ‍্যাত ?
উত্তৰ :- খনি আৰু উদ‍্যোগ।

72. ভাৰতৰ মুঠ ৰাজ্য (দিল্লীকে ধৰি) কেইখন ?
উত্তৰ :- 29 খন।

73. কালাহাৰী মৰুভূমি ক'ত ?
উত্তৰ :- আফ্ৰিকাত।

74. পৃথিৱীৰ বৃহত্তম ব-দ্বীপ ক'ত অৱস্থিত ?
উত্তৰ :- বেংগল ত।

75. সাগৰতলী কি শিলেৰে গঠিত ?
উত্তৰ :- বেছাল্ট শিলেৰে গঠিত।

76. পানামা খালে কোন কোন মহাসাগৰ সংলগ্ন কৰিছে ?
উত্তৰ :- আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰ।

78. কোনটো আগ্নেয়গিৰি উদগীৰন অতীতৰ পৰা বৰ্তমানলৈ বৃহত্তম ?
উত্তৰ :- ক্ৰেকটোৱা 

79. পৃথিৱীৰ উচ্চতম মালভূমি কি ?
উত্তৰ :- তিব্বত মালভূমি।

80. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কি ?
উত্তৰ :- এণ্ডিজ।