3 Aug 2021

Geography part 9

 81. ছিছিলি দ্বীপপুঞ্জ ক'ত অৱস্থিত ?
উত্তৰ :- ভাৰত মহাসাগৰত।

82. পৃথিৱীৰ গড় ঘনত্ব কিমান ?
উত্তৰ :- 5.5 গ্ৰাম গ্ৰাম/ঘন ছেঃ মিঃ।

83. ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল ক'ত ?
উত্তৰ :- টামচুক খামবাৰ হিমবাহ।

84. ভাৰতীয় উপদ্বীপত থকা বৃহত্তম নদী কি ?
উত্তৰ :- গোদাবৰী।

85. পৃথিৱীৰ বৃহত্তম সাগৰ কি ?
উত্তৰ :- দক্ষিণ চীন সাগৰ।

86. পৃথিৱীৰ উচ্চতম হ্ৰদ কি ?
উত্তৰ :- টিটিকাকা।

87. ক্ষুদ্ৰতম মহাসাগৰখন কি ?
উত্তৰ :- উত্তৰ মহাসাগৰ।

88. এচিয়াৰ দীৰ্ঘতম নদীখন কি ?
উত্তৰ :- ইয়াং-চিকিয়াং।

89. ভূ-পৃষ্ঠৰ কিমান শতাংশ কালি প্ৰশান্ত মহাসাগৰে আৱৰি আছে ?
উত্তৰ :- 35%

90. ভাৰতৰ প্ৰসিদ্ধ লোৰ খনি ক'ত আছে ?
উত্তৰ :- বিহাৰত।