10 Oct 2021

ভাৰতীয় ৰে’লৱেত ২২২৬টা পদ খালী - দশম শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰে আবেদন

Indian Railway Recruitment 2021 

 

ৱেষ্ট চেন্ট্ৰেল ৰেলৱেৰ অধীনস্থ ৰেলৱে ৰিক্ৰুইটমেণ্ট চেলেৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি জনোৱা হৈছে যে এপ্ৰেণ্টিছ পদত নিয়োগৰ বাবে আবেদনপত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছে আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে এই সম্পৰ্কে অধিক জানিবলে প্ৰাৰ্থীসকলে ৱেষ্ট চেন্ট্ৰেল ৰেলৱেৰ অফিচিয়েল ৱেবছাইট wcr.indianrailways.gov.in লৈ গৈ জানিব পাৰিব

 

Indian Railway Recruitment 2021

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, েদন প্ৰক্ৰিয়া আৰম্ভ ১১ অক্টোবৰৰ পৰা। প্ৰাৰ্থীসকলে ১০ নৱেম্বৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব। আবেদন পত্ৰ জমা দিব লাগিব অনলাইনত। অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ পোৱা যাব

 

বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে, মুঠ ২২২৬টা খালী পদ আছে। খালী বিৱৰণ এনেধৰণৰ

 

পদৰ নাম: এপ্ৰেণ্টিছ

 

খালী পদৰ সংখ্যা: ২২২৬

 

শিক্ষাগত অৰ্হতা: যিসকল প্ৰাৰ্থীয়ে উল্লেখিত পদত আবেদন কৰিবলৈ ইচ্ছুক, তেওঁলোকে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণী বা সমযোগ্যতাসম্পন্ন পৰীক্ষাত ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ লাগিব। ইয়াৰ উপৰি প্ৰাৰ্থীসকলৰ NCVT বা SCVT দ্বাৰা ইছ্যু কৰা নেচনেল ট্ৰেড চাৰ্টিফিকেট থকাটো বাঞ্চনীয়

 

বয়সৰ সীমা: আবেদনৰ বাবে ১৫ৰ পৰা ২৪ বছৰৰ সময়সীমা ধাৰ্য কৰা হৈছে

 

আবেদন মাচুল: এছটি, এছচি, শাৰীৰিকভাৱে প্ৰতিবন্ধী আৰু মহিলা প্ৰাৰ্থীৰ বাদে সকলো প্ৰাৰ্থীৰ আবেদন মাচুল ১০০ টকা ধাৰ্য কৰা হৈছে। প্ৰাৰ্থীসকলে অনলাইনতো এই মাচুল জমা দিব পাৰিব

 

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, েদন প্ৰক্ৰিয়া আৰম্ভ ১১ অক্টোবৰৰ পৰা প্ৰাৰ্থীসকলে ১০ নৱেম্বৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব

Online Apply Link: Click Here