9 Oct 2021

Scholarship to Minority Girl Students of Assam

 সংখ্যালঘু ছাত্ৰছাত্ৰীলৈ জলপানি আঁচনি

অসম চৰকাৰৰ বিশেষ জলপানি আঁচনিৰ অধীনত মাধ্যমিক শিক্ষাৰ অন্তৰ্গত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত সংখ্যালঘু ছাত্ৰীসকলৰ পৰা আবেদন বিচৰা হৈছে। এই আঁচনিৰ অধীনত চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে বছৰি ২০০০/- (দুই হাজাৰ) টকা আৰু একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ৪০০০/-(চাৰি হাজাৰ) টকা আগবঢ়োৱা হ'ব।

আবেদনৰ বাবে  https://madhyamik.assam.gov.in/ ত লগ ইন কৰিব পাৰে।

Scholarship to Minority Girl Students of Assam