22 Dec 2021

অসমৰ বিভিন্ন জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত অহাকালিৰ পৰা চাকৰি মেলা অনুষ্ঠিত হব।

Assam Job Mela 2021

Assam Job Mela 2021 

অসমৰ বিভিন্ন জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত অহাকালিৰ পৰা চাকৰি মেলা অনুষ্ঠিত হব।


অৰ্হতা: মেট্ৰিক, HS, ITI, Degree, B.Tech. B.Pharm. etc


প্ৰাৰ্থীসকলে নিয়োগ মেলাত উপস্থিত থাকিবলৈ যাওঁতে নিম্নলিখিত নথিপত্ৰ বোৰ কঢ়িয়াই নিব লাগিব

  1. বায়োডাটা/ চিভি/ ৰিজিউমি - 2 প্ৰতিলিপি।
  2. পাছপোৰ্ট আকাৰৰ আলোকচিত্ৰ। 
  3. শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীটৰ মূল প্ৰতিলিপি।
  4. শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীটৰ জেৰক্স প্ৰতিলিপি।
  5. এমপ্লয়মেণ্ট এক্সচেঞ্জ পঞ্জীয়ন নম্বৰ।
  6. অন্যান্য প্ৰাসঙ্গিক নথিপত্ৰ।


জিলা অনুসৰি চাকৰি মেলাৰ স্থান আৰু সময় চাওক: Click Here