19 Feb 2022

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চাকৰি - 4000+ পদ খালী

Assam Health Department Job 2022

1. স্বাস্থ্য সেৱা সঞ্চালকালয় (DHS), অসমত চাকৰি

  • পদৰ সংখ্যা: 2720 টা
  • পদসমূহৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

অনলাইন এপ্লিকেচন লিংক: ইয়াত ক্লিক কৰক

 

2. চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমত চাকৰি l

  • পদৰ সংখ্যা: 962 টা
  • পদসমূহৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

অনলাইন এপ্লিকেচন লিংক: ইয়াত ক্লিক কৰক

 

Also See: অসম চৰকাৰে এই বছৰত প্ৰায় 1,00,000 পদ খালী 


3. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চাকৰি l

  • পদৰ সংখ্যা: 207 টা
  • পদসমূহৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

অনলাইন এপ্লিকেচন লিংক: ইয়াত ক্লিক কৰক

 

4. আয়ুষ সঞ্চালকালয়, অসমত চাকৰি l

  • পদৰ সংখ্যা: 56 টা
  • পদসমূহৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

অনলাইন এপ্লিকেচন লিংক: ইয়াত ক্লিক কৰক


5. ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM), অসম  চাকৰি।

  • পদৰ সংখ্যা: 154 টা
  • পদৰ নাম: চিকিৎসা বিষয়া 
  • অৰ্হতা: MBBS
  • অন্তিম তাৰিখ: 20/02/2022

অনলাইন এপ্লিকেচন লিংক: ইয়াত ক্লিক কৰক