স্বাস্থ্য বিভাগৰ অনলাইন এপ্লিকেচন পৰ্টেল

সকলো 4 টা বিভাগৰ বাবে - চিকিৎসা শিক্ষা সঞ্চালকালয় (ডিএমই), অসম, স্বাস্থ্য সেৱা সঞ্চালকালয় (ডিএইচএছ), অসম আৰু আয়ুষ সঞ্চালকালয়, অসম, সকলো গ্ৰেড-3 (কাৰিকৰী আৰু অ-কাৰিকৰী) আৰু গ্ৰেড-4 ৰ বাবে এক উমৈহতীয়া আবেদন পত্ৰৰ জৰিয়তে অনলাইন আবেদন প্ৰাপ্ত কৰা হ'বl


আগ্ৰহী প্ৰাৰ্থীসকলে যিকোনো সঞ্চালকালয়ৰ অধীনত আবেদন পত্ৰত উপলব্ধ যিকোনো পদত আবেদন কৰিব পাৰে।


প্ৰাৰ্থীসকলে যিকোনো ৱেবছাইটৰ পৰা আবেদন পত্ৰ পূৰণ কৰিব পাৰে আৰু আন ৱেবছাইটৰ পৰা পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই।


অনলাইন আবেদন লিংক 1: ইয়াত ক্লিক কৰক


অনলাইন আবেদন লিংক 2: ইয়াত ক্লিক কৰক